তোমাৰ প্ৰতি বুকুত জন্মা ভালপোৱা,
এই যে তুমি অৱহেলা কৰা
বাৰে বাৰে আঘাত কৰা
ই তোমাৰ অভ্যাস নে আত্মতৃপ্তি?
মই কোনোকালেই এনে নাছিলো
কিন্তু এতিয়া চোন লাহে লাহে নিজক হেৰুৱাবলৈ লৈছো,
মই সহিছো, সহি গৈছো কলিজাত ঘা নোহোৱা পৰ্যন্ত।
কিন্তু আৰু নোৱাৰোঁ,
এতিয়া বুকুত বিষ উঠিব লয়
আৰু ই অতিশয় যন্ত্রণাময়।।
কবিৰ পৰিচয়ঃ
চিন্ময় বৰা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ