সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অসমত মধ্যাহ্ন ভোজন আঁচনি কেতিয়াৰ পৰা প্ৰচলন হৈছিল ? 
উত্তৰ : ২০০৫ চনৰ জানুৱাৰীৰ পৰা 
২) অসমীয়া প্রথম ক্ষুদ্ৰ আলোচনীখনৰ নাম কি?  
উত্তৰ : বিন্দু 
৩) কীৰ্ত্তনত কেইটা খণ্ড আছে?  
উত্তৰ : ২৭ 
৪) অংকীয়া নাট কেইটা অংকৰ সমষ্টি?  
উত্তৰ : ১ 
৫ ) অসমীয়া সমাজৰ এক পৰম্পৰা 'তামোল' কোন জাতিৰ অৱদান?  
উত্তৰ : অষ্ট্ৰিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)