পৰিবৰ্তন | পৰেশ দাস

0
বসন্তৰ বৰদৈচিলাই 
যি বাতৰি দি গ'ল সেয়াই সত্য আছিল;
কোনেও জনা নাছিল
নিশাটোতেই যে পৰিবৰ্তন হ'ব দৃশ্যপট।
তুমিও নাজানি এলাগী কৰি
দুখোজ আগুৱাই গৈ তোমাক পৰিৱৰ্তন কৰিলা;
কিন্তু মই...!
বৰ্তমানক সৎ ব্যৱহাৰ কৰি মাথোঁ কাম কৰি গৈছিলোঁ..
আজি মোক দেখিলে তোমাৰ ওৰণিখন কেতিয়াও নানামে..!


                    ✍🏻পৰেশ দাস,
                         ঢকুৱাখনা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)