যি বাতৰি দি গ'ল সেয়াই সত্য আছিল;
কোনেও জনা নাছিল
নিশাটোতেই যে পৰিবৰ্তন হ'ব দৃশ্যপট।
তুমিও নাজানি এলাগী কৰি
দুখোজ আগুৱাই গৈ তোমাক পৰিৱৰ্তন কৰিলা;
কিন্তু মই...!
বৰ্তমানক সৎ ব্যৱহাৰ কৰি মাথোঁ কাম কৰি গৈছিলোঁ..
আজি মোক দেখিলে তোমাৰ ওৰণিখন কেতিয়াও নানামে..!
✍🏻পৰেশ দাস,
ঢকুৱাখনা।