০৩ মাৰ্চ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
⭕আজি বিশ্ব জন্ম-ত্ৰুটি দিৱস।

⭕আজি বিশ্ব বন্যপ্ৰাণী দিৱস।

⭕আজি বিশ্ব শ্ৰবণ দিৱস।

⭕আজি আন্তৰ্জাতিক কৰ্ণসেৱা দিৱস।

⭕আজি বিশ্ব কিতাপ দিৱস।

⭕১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।

⭕১৮৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক জামশেদজী টাটাৰ জন্ম। (মৃত্যু: ১৯০৪) 

▪️সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)