দৈনিক জীৱনৰ কিছুমান সামগ্ৰীৰ আবিস্কাৰক

0
প্ৰশ্ন : ১) Internet কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜ Vint Cerf.

প্ৰশ্ন : ২) Safety pin কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜  Walter Hunt।

প্ৰশ্ন : ৩) ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলফ্ৰেড ন’বেল (চুইডেন)।

প্ৰশ্ন : ৪) গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ টমাচ আলভা এডিচন (আমেৰিকা)।

প্ৰশ্ন : ৫) ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ ৰুডলফ্‌ ডিজেল (জাৰ্মানী)।

সংগ্ৰাহক- ৰিংকু ৰাজোৱাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)