উত্তৰ ➜ Vint Cerf.
প্ৰশ্ন : ২) Safety pin কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ ➜ Walter Hunt।
প্ৰশ্ন : ৩) ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ আলফ্ৰেড ন’বেল (চুইডেন)।
প্ৰশ্ন : ৪) গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ টমাচ আলভা এডিচন (আমেৰিকা)।
প্ৰশ্ন : ৫) ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ ৰুডলফ্ ডিজেল (জাৰ্মানী)।
সংগ্ৰাহক- ৰিংকু ৰাজোৱাৰ