অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ : ভট্টদেৱ।

২) প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ : পদ্মাৱতী দেৱফুকননী।

৩) প্ৰশ্ন : প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ : ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।

৪) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?

উত্তৰ : “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

৫) প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?

উত্তৰ : Oxford English Dictionary.

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)