১০ মাৰ্চ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
১০ মাৰ্চ (ইংৰাজী10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


⭕১৯৩৫ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫ চলচ্চিত্ৰ) মুক্তি দিয়া হৈছিল।

⭕১৯৫৭ চনৰ আজিৰ দিনটোতে থানু পদ্মনাভনৰ জন্ম, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)