অসমীয়া সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয়টোৰ নাম কি?  
উত্তৰ : চন্দ্রকান্ত সন্দিকৈ ভৱন 
২) বিশ্ব গঁড় দিবস কোন তাৰিখে পালন কৰা হয়?  
উত্তৰ : ২২ ছেপ্তেম্বৰ 
৩)উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?  
উত্তৰ : ভষ্মাচল পাহাৰ 
৪) 'গীতা ৰহস্য' গ্রন্থৰ লেখক কোন?  
উত্তৰ : বিজি তিলক 
৫) মীৰাবাঈয়ে কি ভাষাত ভজন ৰচনা কৰিছিল?  
উত্তৰ : ৰাজস্থানী ভাষাত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)