উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।
২) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ : আনন্দৰাম বৰুৱা।
৩) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ : পাৰুল দাস (১৯৭৪ চন)
৪) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।
৫) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : শ্ৰীধৰ কন্দলি।
৬) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ : সান্দিপনী