অসমীয়া সাধাৰণ জ্ঞান

0
১) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

২) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

৩) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?

উত্তৰ : পাৰুল দাস (১৯৭৪ চন)

৪) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?

উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।

৫) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : শ্ৰীধৰ কন্দলি।

৬) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?

উত্তৰ : সান্দিপনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)