ফাগুন সকলোৰে প্রিয়
ফাগুনে আনে প্রেমৰ বতৰা!
ফাগুনে আনে ৰঙৰ বতৰা!
পলাশ,শিমলু আৰু মদাৰ ফুলৰ আবিৰে সকলোৰে মন মুগ্ধ কৰি তোলে!
চাৰিওদিশে উতলা ফাগুনে
মনবোৰ পুলকিত কৰে!
ফাগুনতে আৰম্ভ হয় নতুনত্বৰ সন্ধান!
বিষাদবোৰো যেন মহষিমুৰ কৰে
এই উতলা ফাগুনে!
ফাগুন আচলতে বৰ চঞ্চল!
এই চঞ্চল ফাগুনে মনবোৰ
উৰুৱাই নিয়ে এক অজান দেশলৈ!
ফাগুনে ৰঙৰ ফাকু সানে!
ৰঙেৰে সকলোকে এক কৰি তুলে!
ৰঙৰ আবিৰতে মনবোৰ
মাতাল হৈ পৰে!
*পৰিচয়:*
নাম:*ৰাশীমা চাংমাই*
ঠাই:*ডিব্রুগড়*
কলেজ:*মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়*
শ্রেণী:*ষষ্ঠ ষান্মাসিক
ফাগুন সকলোৰে প্রিয়
ফাগুনে আনে প্রেমৰ বতৰা!
ফাগুনে আনে ৰঙৰ বতৰা!
পলাশ,শিমলু আৰু মদাৰ ফুলৰ আবিৰে সকলোৰে মন মুগ্ধ কৰি তোলে!
চাৰিওদিশে উতলা ফাগুনে
মনবোৰ পুলকিত কৰে!
ফাগুনতে আৰম্ভ হয় নতুনত্বৰ সন্ধান!
বিষাদবোৰো যেন মহষিমুৰ কৰে
এই উতলা ফাগুনে!
ফাগুন আচলতে বৰ চঞ্চল!
এই চঞ্চল ফাগুনে মনবোৰ
উৰুৱাই নিয়ে এক অজান দেশলৈ!
ফাগুনে ৰঙৰ ফাকু সানে!
ৰঙেৰে সকলোকে এক কৰি তুলে!
ৰঙৰ আবিৰতে মনবোৰ
মাতাল হৈ পৰে!
কবিৰ পৰিচয়ঃ ৰাশীমা চাংমাই, ডিব্ৰুগড়