স্তৱক | হেমপ্ৰভা বৰা শইকীয়া

তুমি উভতিব দিনা
আকাশ খন বৰ
ধুনীয়াকৈ ৰঙা
পৰিছিল।
ফাগুনে সী দিয়ে
এসোপা মান 
সুবাস।
হয়তো ফাগুনো
উভতিবৰ হল;
মোৰ বাগিছাৰ নাৰ্জী ফুলবোৰ
সেমেকাই থৈছো
খিৰীকিৰে
জোন দেখা সময়তে
আহিবা।

Post a Comment

Previous Post Next Post