স্তৱক | হেমপ্ৰভা বৰা শইকীয়া

©Admin
0
তুমি উভতিব দিনা
আকাশ খন বৰ
ধুনীয়াকৈ ৰঙা
পৰিছিল।
ফাগুনে সী দিয়ে
এসোপা মান 
সুবাস।
হয়তো ফাগুনো
উভতিবৰ হল;
মোৰ বাগিছাৰ নাৰ্জী ফুলবোৰ
সেমেকাই থৈছো
খিৰীকিৰে
জোন দেখা সময়তে
আহিবা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)