৩০ মার্চ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
🔘আজি বিশ্ব চিকিৎসক দিৱস 

🔘জন্ম

▪️১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ জন্ম (মৃত্যু: ১৮২৮)।

▪️১৮৪৪ - পল ভেৰ্লেনৰ জন্ম, ফৰাচী কবি (মৃত্যু: ১৮৯৬)।

▪️১৮৫৩ - ভিনচেণ্ট ভেন গঘৰ জন্ম, ওলন্দাজ চিত্ৰশিল্পী।

🔘মৃত্যু

▪️১৬৬৩ - মীৰ জুমলাৰ মৃত্যু , মোগল সেনাপতি।

▪️১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱাৰ মৃত্যু , অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক। 

▪️২০০২ - আনন্দ বক্সীৰ মৃত্যু, প্ৰখ্যাত ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। (জন্ম: ২১ জুলাই, ১৯৩০)

▪️২০০৬ - কেশৱ মহন্তৰ মৃত্যু, অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। (জন্ম: ২০ জানুৱাৰী, ১৯২৬)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)