১০ টা সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
(১) অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক  কোন‌ আছিল?
= ড° ভূপেন হাজৰিকা
(২) অসমত মঞ্চৰ জন্ম দাতা কোন আছিল?
= শ্ৰী শ্ৰী শংকৰদেৱ
(৩) প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আছিল?
= নটৰজ
(৪) ব্ৰিটিছে কেতিয়া অসম দখল কৰিছিল?
= ১৮২৬ চনত
(৫) পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ  প্ৰথম গৰাকী মহিলা কোন ?
= অমলপ্ৰভা  দাস 
(৬) ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান জন সদস্য নিৰ্বাচিত হয়?
= ৭ জন
(৭)বিখ্যাত ফৰাছ লেখক ভল্টেয়াৰৰ প্ৰকৃত নাম কি ?
= ফ্ৰাচোঁৱা মেৰী অৰুৱে
(৮) ইংৰাজী কবিতাৰ জনক'বুলি কাক কোৱা হয়?
= জিওফ্ৰি চচাৰক।
(৯) প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাস খনৰ নাম কি?
= অপদাৰ্থ ( নৱকান্ত বৰুৱা ৰচিত) 
(১০) প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
= পদ্মাৱতী দেৱফুকননী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)