১৪ মাৰ্চ আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
🛑১৪ মাৰ্চ (ইংৰাজী: 14 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম (অধিবৰ্ষত ৭৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা তলত উল্লেখ কৰা হ'ল
⭕জন্ম 
১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বটাৰে সন্মানিত প্ৰখ্যাত আমেৰিকান পদাৰ্থ বিজ্ঞানী।
১৯৬৫ - প্ৰখ্যাত হিন্দী চলচ্চিত্ৰ তাৰকা আমিৰ খান।
⭕মৃত্যু 
১৬৮২ - ইয়াকব ভ্যান ৰাইচডেল, সপ্তদশ শতিকাৰ প্ৰখ্যাত ওলন্দাজ চিত্ৰশিল্পী।
১৮৮৩ - কাৰ্ল মাৰ্ক্স, প্ৰভাৱশালী জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
১৮৯৯ - হেৰ্মান ষ্টাইন্‌টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল পুৰস্কাৰ বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
২০১৮ - ষ্টিফেন হকিং, প্ৰখ্যাত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
⭕দিৱস 
বিশ্ব পাই দিৱস - (গণিত- ৩.১৪ সংখ্যাৰ স্মৰণত)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)