Home আজিৰ দিনটোৰ বিশেষত্ব আজিৰ দিনটোৰ বিশেষত্ব-১৬ মাৰ্চ আজিৰ দিনটোৰ বিশেষত্ব-১৬ মাৰ্চ person©Admin March 16, 2022 0 share ১৬ মাৰ্চ (ইংৰাজী: 16 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৫তম (অধিবৰ্ষত ৭৬তম) দিন। বছৰ শেষ হ'বলৈ ২৯০ দিন বাকী থাকে। আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা-১)যক্ষ্মা ৰোগ নিবাৰণী দিৱস।২)১৯২৬ চনত বিশ্বৰ প্ৰথমটো আধুনিক ৰকেট নিৰ্মাণ।৩)১৭৫১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্থ ৰাষ্ট্ৰপতি জেমচ ম্যাডিচনৰ জন্ম।L৪)১৯৫৯ চনত নৰৱে'ৰ ২৭ তম প্ৰধানমন্ত্ৰী জেনস ষ্টলটেনবাৰ্গৰ জন্ম। Tags আজিৰ দিনটোৰ বিশেষত্ব Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ