১৬ মাৰ্চ (ইংৰাজী: 16 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৫তম (অধিবৰ্ষত ৭৬তম) দিন। বছৰ শেষ হ'বলৈ ২৯০ দিন বাকী থাকে। আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা-
১)যক্ষ্মা ৰোগ নিবাৰণী দিৱস।
২)১৯২৬ চনত বিশ্বৰ প্ৰথমটো আধুনিক ৰকেট নিৰ্মাণ।
৩)১৭৫১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্থ ৰাষ্ট্ৰপতি জেমচ ম্যাডিচনৰ জন্ম।
L৪)১৯৫৯ চনত নৰৱে'ৰ ২৭ তম প্ৰধানমন্ত্ৰী জেনস ষ্টলটেনবাৰ্গৰ জন্ম।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব