- ১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।
- ১৮৬৭- বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।
- ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।
- ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
- ১৯৮৩- কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।
- ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব