- ১৭৫৩ - বৃটিশ যাদুঘৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৮৯৯ - দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ লগত ৩৫ ৰাণত অল আউট হয়।
- ১৯৪৪ - সুভাষচন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে।
- ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্বাৰা অসম উচ্চ ন্যায়ালয় (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়)ৰ উদ্বোধন।
- ১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল।
- ১৯৫৭ - ভাৰতত কমিউনিষ্ট পাৰ্টিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (কেৰালা) জয়লাভ।
- ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব