২৫ এপ্ৰিল ইতিহাসৰ পাতত আজিৰ দিনটো

Aditi Tanti
0
🛑২৫ এপ্ৰিল (ইংৰাজী: 25 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম (অধিবৰ্ষত ১১৫তম) দিন। বছৰ শেষ হ'বলৈ ২৫১ দিন বাকী থাকে। ২৫ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৫ তম (অধিবৰ্ষত ১১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

⭕জন্ম :
১৮৩৫- হেমচন্দ্ৰ বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক। (মৃত্যু: ১৮৯৬)
১৯৭০- যতীন বৰা, অসমৰ জনপ্ৰিয় অভিনেতা।
১৯৮৭- অৰিজিৎ সিং, ভাৰতীয় গায়ক।

⭕দিৱস:
বিশ্ব মেলেৰিয়া দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)