১০ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Aditi Tanti
0
 ১/ পৃথিৱীৰ কোনখন ঠাইত দিন ৰাতি সৰু ডাঙৰ নহয়?
= বিষুৱ ৰেখা
২/ অন্তৰিক্ষত প্ৰথম দূৰ্ঘটনা কেতিয়া হৈছিল?
= ১৯৬৭ চনত। আমেৰিকা যাত্ৰীৰ মৃত্যু
৩/ জুইশলা বাকচটোত কি লগোৱা থাকে?
= জুইশলা বাকচত ৰেড ফচফৰাচ লগোৱা থাকে।
৪/ নকল সোণ কাক কোৱা হয়?
= আয়ৰণ অক্সাইড।
৫/ মঙ্গল গ্ৰহত সহজে নামিব পৰা অন্তৰিক্ষ যান কোনখন ?
= বাকিংগ আমেৰিকা
৬/ চন্দ্ৰৰ পৰা পৃথিৱী কোনখন ঠাই স্পষ্টকৈ দেখা পায়?
= চীনৰ দুৱাৰ
৭/ কোনখন নগৰত দুই মাহ দিন হৈ থাকে?
= হেমৰ ফাষ্ট ( নৰৱে) 
৮/ ৰেডষ্টাৰ কোনটো গ্ৰহক কোৱা হয় ?
= মঙ্গল গ্ৰহক কোৱা হয়।
৯/চাহত কি তত্ব থাকে?
= কোফিন, টোনিচ তথা থিউফাইলিন
১০/কোনখন দেশৰ মানুহে অধিক পৰিশ্ৰমী?
= জাপানৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)