ফাগুন-অঞ্জনা শইকীয়া

আবিৰৰ ৰঙত মতলীয়া ফাগুন তুমি !
ধূলিৰে ধূসৰিত এই ধৰণীত হেঁপাহৰ বৃষ্টি তুমি !
প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে তোমাৰ পৰশতেইটো 
শিমলু , পলাশ হৈ ৰঙীন কৰি তোলে এই ধৰণী ;
ব্যথা ভৰা হৃদয়ত আবিৰ হৈ আহি 
তুমিয়েইতো মনবোৰ ৰঙীন কৰি তোলাহি !

        ✍🏻অঞ্জনা শইকীয়া
                      টীয়ক

Post a Comment

Previous Post Next Post