অসমীয়া সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।
২) কোন অনা ভাৰতীয় (ব্ৰিটিছ) নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰ : এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।
৩) ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
উত্তৰ : ৰাজা ৰামমোহন ৰায়।
৪) কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰতাগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)।
৫) প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী ভাৰতীয় কোন?
উত্তৰ : টেনজিং নৰ্গে।
৬) প্ৰথম ভাৰতীয় মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
উত্তৰ : আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।
৭) প্রথম কোন মহিলাই ‘ভাৰতৰত্ব’ উপাধি লাভ কৰিছিল?
উত্তৰ : ইন্দিৰা গান্ধী (১৯৭২ চন)।
৮)১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম্‌ অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ : এছ. শ্ৰীনিবাস আয়েঙ্গাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)