আজিৰ দিনটোৰ বিশেষত্ব-১২ এপ্ৰিল

0
১)১৮৯২ চনত  এই দিনটোত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ লেখক লম্বোদৰ বৰাৰ মৃত্যু হৈছিল ৷

২)২০১০ চনৰ এই দিনটোতে ভাৰতীয় গান্ধীবাদী সমাজসেৱক ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ মৃত্যু হৈছিল ৷

৩)১৯৪৩ চনৰ আজিৰ দিনটোত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজনৰ জন্ম হৈছিল ৷

৪)১৯৫৫ চনৰ আজিৰ দিনটোতে  চিকিৎসক জোনাছ ছকৰ সুৰক্ষিত পলিঅ' ভেকচিন আৱিষ্কাৰ হৈছিল ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)