Home আজিৰ দিনটোৰ বিশেষত্ব আজিৰ দিনটোৰ বিশেষত্ব-১২ এপ্ৰিল আজিৰ দিনটোৰ বিশেষত্ব-১২ এপ্ৰিল person©Admin April 12, 2022 0 share ১)১৮৯২ চনত এই দিনটোত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ লেখক লম্বোদৰ বৰাৰ মৃত্যু হৈছিল ৷২)২০১০ চনৰ এই দিনটোতে ভাৰতীয় গান্ধীবাদী সমাজসেৱক ৰবীন্দ্ৰনাথ উপাধ্যায়ৰ মৃত্যু হৈছিল ৷৩)১৯৪৩ চনৰ আজিৰ দিনটোত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সুমিত্ৰা মহাজনৰ জন্ম হৈছিল ৷৪)১৯৫৫ চনৰ আজিৰ দিনটোতে চিকিৎসক জোনাছ ছকৰ সুৰক্ষিত পলিঅ' ভেকচিন আৱিষ্কাৰ হৈছিল ৷ Tags আজিৰ দিনটোৰ বিশেষত্ব Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ