Homeআজিৰ দিনটোৰ বিশেষত্ব ১৪ এপ্ৰিল ইতিহাসত আজিৰ দিনটো April 14, 2022 0 ১/ আজিৰ দিনটোতে১৯১২ চনত RMS টাইটানিক আটলান্টিক মহাসাগৰত ডুবি গৈছিল।২/ আজিৰ দিনটোতে১৮৯১ চনত ভাৰতীয় ৰাজনীতিজ্ঞ তথা ভাৰতৰ সংবিধানৰ ৰচক ভীমৰাও ৰামজীৰ জন্ম হৈছিল।৩/ আজিৰ দিনটোতে১৬৮০ চনত মাৰাঠী নেতা ছত্ৰপতি শিৱাজীৰ মৃত্যু হৈছিল।সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ। Tags: আজিৰ দিনটোৰ বিশেষত্ব