২৪ এপ্ৰিল- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
⭕১৯৭৩ চনৰ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰৰ জন্ম , ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
⭕১৯৮৭ চনৰ আজিৰ দিনটোতে বৰুণ ধবনৰ জন্ম, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
⭕১৭৩১ চনৰ আজিৰ দিনটোতে ডেনিয়েল ডিফো ৰ মৃত্যু , ইংৰাজ ব্যৱসায়ী, লেখক, সাংবাদিক আৰু চোৰাংচোৱা।
⭕১৯৭২ চনৰ আজিৰ দিনটোতে জৈমিনী ৰায় ৰ মৃত্যু , ভাৰতীয় চিত্ৰকৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)