১)১৭৭৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হৈছিল ৷
৩)১৯১৯ চনৰ আজিৰ দিনটোত আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা হৈছিল ।
৪)১৯৪৮ চনৰ এই দিনটোত ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
৫)১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে
৬)১৯৫৭ চনৰ এই দিনটোতে মুকেশ আম্বানীৰ জন্ম হৈছিল ৷
৭)১৯৭৭ চনৰ এই দিনটোতে অঞ্জু ববী জৰ্জৰ জন্ম হৈছিল ৷
৮)১৯৮৭ চনৰ আজিৰ দিনটোত মাৰিয়া ছাৰাপোভা, ৰুছ টেনিছ খেলুৱৈৰ জন্ম হৈছিল ৷
Tags:
আজিৰ দিনটোৰ বিশেষত্ব