আজিৰ দিনটোৰ বিশেষত্ব-১৯ এপ্ৰিল

১)১৭৭৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হৈছিল ৷
২)১৮৩৯ চনৰ আজিৰ দিনটোত লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ হৈছিল ৷
৩)১৯১৯ চনৰ আজিৰ দিনটোত আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা হৈছিল ।
৪)১৯৪৮ চনৰ এই দিনটোত ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
৫)১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে 
৬)১৯৫৭ চনৰ এই দিনটোতে মুকেশ আম্বানীৰ জন্ম হৈছিল ৷ 
৭)১৯৭৭ চনৰ এই দিনটোতে  অঞ্জু ববী জৰ্জৰ জন্ম হৈছিল ৷ 
৮)১৯৮৭ চনৰ আজিৰ দিনটোত  মাৰিয়া ছাৰাপোভা, ৰুছ টেনিছ খেলুৱৈৰ জন্ম হৈছিল ৷ 


Post a Comment

Previous Post Next Post