১/আজিৰ দিনটোতে ১৯৩৬ - ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল।
২/আজিৰ দিনটোতে ১৯৪৭ চনত বাংলাদেশী লেখক হুমায়ুন আজাদৰ জন্ম হয়।
৩/ আজিৰ দিনটোতে ১৯৪৫ চনত বেনিতো মুছোলিনি, দ্বিতীয় মহাযুদ্ধৰ সময়ত ইটালীৰ সৰ্বাধিনায়ক। (জন্ম: ১৮৮৩)
৪/আজিৰ দিনটোতে ১৯৮২ চনত কোয়েল মল্লিক ভাৰতীয় বাংলা চলচ্চিত্ৰৰ অভিনেত্ৰী।
সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ