১/ ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ- ৰতন থিয়াম।
২/প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন?
উত্তৰ- হলীৰাম ফুকন।
৩/মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযানখনৰ নাম কি?
উত্তৰ- স্পুটনিক-২
৪/ডিনামাইট কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ- আলফ্ৰেড ন'বেল।