অসমৰ জিলা কেইখনৰ নাম ২০২২ৰ মতে

0
১. তিনিচুকীয়া, 
২. ডিব্ৰুগড়, 
৩. ধেমাজী, 
৪. চৰাইদেও, 
৫. শিৱসাগৰ, 
৬. লক্ষ্মীমপুৰ, 
৭. মাজুলী, 
৮. যোৰহাট, 
৯. বিশ্বনাথ, 
১০. গোলাঘাট, 
১১. কাৰ্বি আংলং পূব, 
১২. শোণিতপুৰ, 
১৩. নগাওঁ, 
১৪. হোজাই, 
১৫. কাৰ্বি আংলং পশ্চিম, 
১৬. ডিমা হাচাও, 
১৭. কাছাৰ, 
১৮. হাইলাকান্দি, 
১৯. কৰিমগঞ্জ 
২০. মৰিগাওঁ, 
২১. ওদালগুৰি, 
২২. দৰং, 
২৩. কামৰূপ মহানগৰ, 
২৪. বাক্সা, 
২৫. নলবাৰী, 
২৬. কামৰূপ, 
২৭. বৰপেটা, 
২৮. চিৰাং, 
২৯. বঙ্গাইগাঁও, 
৩০. গোৱালপাৰা, 
৩১. কোকৰাঝাৰ, 
৩২. ধুবুৰী, 
৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, 
৩৪. বজালী, 
৩৫. তামুলপুৰ 

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ 
                                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)