১৮ এপ্ৰিল- ইতিহাসহৰ পাতত আজিৰ দিনটো

🔘আজি বিশ্ব ঐতিহ্য দিৱস

🔘আজি ৱাৰ্ল্ড হেৰিটেজ্ ডে

🔘আজি গোপালদেৱৰ তিৰোভাৱ তিথি

🔘১৮৫৩ চনৰ আজিৰ দিনটোতে এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।

🔘১৯৫৫ চনৰ আজিৰ দিনটোতে এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ 

Post a Comment

Previous Post Next Post