Homeআজিৰ দিনটোৰ বিশেষত্ব ১৮ এপ্ৰিল- ইতিহাসহৰ পাতত আজিৰ দিনটো April 18, 2022 0 🔘আজি বিশ্ব ঐতিহ্য দিৱস🔘আজি ৱাৰ্ল্ড হেৰিটেজ্ ডে🔘আজি গোপালদেৱৰ তিৰোভাৱ তিথি🔘১৮৫৩ চনৰ আজিৰ দিনটোতে এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।🔘১৯৫৫ চনৰ আজিৰ দিনটোতে এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ Tags: আজিৰ দিনটোৰ বিশেষত্ব ৰিংকু ৰাজোৱাৰ