১৩ এপ্ৰিল- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
১৩ এপ্ৰিল (ইংৰাজী: 13 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৩তম (অধিবৰ্ষত ১০৪তম) দিন। বছৰ শেষ হ'বলৈ ২৬২ দিন বাকী থাকে

⚫১৯১৯ চনৰ আজিৰ দিনটোতে ৰাওলাট আইনৰ প্ৰতিবাদত অমৃতসৰত হোৱা বিক্ষোভ সমাবেশত জেনাৰেল ডায়াৰেৰ নিৰ্দেশত ব্ৰিটিছ পুলিচে গুলি চালনা কৰি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰে।
⚫১৯৪৮ চনৰ আজিৰ দিনটোতে ভুৱনেশ্বৰত ওড়িশাৰ ৰাজধানী পতা হয়।

⚫১৯৭৩ চনৰ আজিৰ দিনটোতে বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (জন্ম: ১ মে', ১৯১৩)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)