১৩ এপ্ৰিল- ইতিহাসত আজিৰ দিনটো

১৩ এপ্ৰিল (ইংৰাজী: 13 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৩তম (অধিবৰ্ষত ১০৪তম) দিন। বছৰ শেষ হ'বলৈ ২৬২ দিন বাকী থাকে

⚫১৯১৯ চনৰ আজিৰ দিনটোতে ৰাওলাট আইনৰ প্ৰতিবাদত অমৃতসৰত হোৱা বিক্ষোভ সমাবেশত জেনাৰেল ডায়াৰেৰ নিৰ্দেশত ব্ৰিটিছ পুলিচে গুলি চালনা কৰি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰে।
⚫১৯৪৮ চনৰ আজিৰ দিনটোতে ভুৱনেশ্বৰত ওড়িশাৰ ৰাজধানী পতা হয়।

⚫১৯৭৩ চনৰ আজিৰ দিনটোতে বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (জন্ম: ১ মে', ১৯১৩)

Post a Comment

Previous Post Next Post