প্ৰিয় বৰ্ষা-মোন‌ আলী

Rinku Rajowar
0
বাৰিষাকালিৰ টোপাল
বৰষুণ হৈ নামি আহিছিলা 
মোৰ জীৱনত,
তোমাক পাই মই মোৰ 
সপোনত পাখি লগাই
উৰা মাৰিছিলো দূৰ আকাশলৈ।
তোমাৰ কথা প্ৰতিটো ক্ষণ
মনত অনুভৱ কৰোঁ।
প্ৰথম দেখা ,
সেই মিচিকিয়া হাঁহি,
এনেকুৱা লাগিছিল
যেন মোৰ সকলো সুখ 
তোমাতেই খোপি দিম।
যদি মোৰ হৈ থাকা,
প্ৰিয় বৰ্ষা।।
            
             ✍🏻মোন‌ আলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)