১৭ এপ্ৰিল- আজিৰ দিনটোৰ বিশেষত্ব

◾আজি বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ
◾১৯৫৩ চনৰ আজিৰ দিনটোতে কম্বোডিয়াই ফৰাচী সকলৰ পৰা স্বাধীনতা লাভ কৰে।
◾১৮০৬ চনৰ আজিৰ দিনটোতে মণিৰাম দেৱানৰ জন্ম, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)

Post a Comment

Previous Post Next Post