১৭ এপ্ৰিল- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
◾আজি বিশ্ব হিমোফিলিয়া দিৱস। হিমোফিলিয়া হ'ল একধৰণৰ বিলম্বিত ৰক্তক্ষৰণজনিত ৰোগ
◾১৯৫৩ চনৰ আজিৰ দিনটোতে কম্বোডিয়াই ফৰাচী সকলৰ পৰা স্বাধীনতা লাভ কৰে।
◾১৮০৬ চনৰ আজিৰ দিনটোতে মণিৰাম দেৱানৰ জন্ম, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। (মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)