সিদ্ধান্ত- জহিৰুল ইছলাম

©Admin
0
পৰিচয় পত্ৰত পৰিচয়ৰ অকাট্য নিচান
তেজৰ সম্পৰ্ক !
সম্পৰ্ক মাথোঁ প্ৰয়োজনৰ চাহিদা

এই মাত্ৰ তেজাল ঘোঁৰাটো মৰিল
অধিকাৰৰ পৃষ্ঠাত এটা বৃহৎ "প্ৰশ্ন চিহ্নি"
এয়াই "সময়ৰ দস্তাবেজ"

জীৱনৰ দিনপঞ্জীত সময়ৰ চিত্ৰনাট্য 
আঁক-বাক বহু কথা
মঞ্চত পৰি আছে এটি মলিয়ন দাপোন
মলিয়ন দাপোনত প্ৰতীক্ষাৰ দণ্ডচিত্ৰ
হয়তো স্বচ্ছতাৰ ইও এক অপ্ৰতিৰোধ্য যাত্ৰা।

 কবিঃ জহিৰুল ইছলাম
         গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)