ভুৱাৰ পাকচক্ৰ -যমুনা বৈশ্য

©Admin
0
সৌখন যে দেখিছা বাছ গাড়ী খন ,দেখুৱাই দিলে অৰ্ণৱে পুলিচক । দুই বছৰীয়া সন্তানক অৰ্ণৱৰ হাতত তুলি দি ভুৱা পাকচক্ৰৰে সন্তানটি সমৰ্পণ কৰিছিল ।অৰ্ণৱেও মাহীয়েকৰ ছোৱালীৰ মনিকাক প্ৰথম সন্তান মৃত্যু হোৱা বাবে পগলাৰ দৰে হৈছিল ।সেইবাবে উপহাৰ দিম বুলি সন্তানটি হাতত তুলি লৈছিল কিছু টকাৰ বিনিময়ত । কৌশলৰে আওকান কৰি পলাব ওলোৱা পিতৃৰ পৰিচয় দিয়া মানুহজনক অৰ্ণৱে দেখুৱাই দিলে পুলিচক ।

লেখিকাঃ যমুনা বৈশ্য  
              শুৱালকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)