ভালপোৱাৰ অনুভৱ-মনালিছা বনিয়া

Rinku Rajowar
5
  ভালপোৱা এক মহাকাব্য
  প্ৰেম আত্মঘাতী অস্ত্ৰ,
  মিছা প্ৰতিশ্ৰুতিৰ বহলপুস্তক 
  অজ্ঞাতবিহীন কষ্টৰ ভঁৰাল।
  হৃদয়ৰ লগত কৰা অপৰাধ
  বিবেকক যচা শাস্তি,
  শৰীৰক কৰা আঘাত
  নিদ্ৰাবিহীন ৰাতি |
  অদৃষ্টিগোচৰহীন কষ্ট
  ভাষাহীন, বোবা শব্দ |
  ভালপোৱা এক মহাকাব্য
  অশ্ৰু আৰু আনন্দৰ, 
  হেৰুৱাই পেলোৱা জীৱনৰ অৰ্থ,
  শূণ্যহীন সকলো।
  হুমুনিয়াইহে মাথোঁ সংগ
  জীৱনৰ শেষ ক্ষণ পৰ্য্যন্ত।
  ভালপোৱা মোৰ বাবে
  মাথোঁ এক মহাকাব্য |
       
     ✍🏻মনালিছা বনিয়া,
                 টীয়ক।

Post a Comment

5Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. শব্দ গঠন,ভাষা ব্যৱহাৰ সকলো perfect

    ReplyDelete
  2. বহুত ধুনীয়া হৈছে আৰু আগুৱাই যোৱা।

    ReplyDelete
  3. Val lagil pohi monalisa😍

    ReplyDelete
Post a Comment