সাধাৰণ জ্ঞান-কুইজ

©Admin
0

🔴আধুনিক অলিম্পিক খেল প্ৰথমে কত আৰু কেতিয়া অনুষ্ঠিত হয়?

➖ এথেসত, ইং ১৮৯৬ চনত ।

🔴ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সবোচ্চ প্ৰতিষ্ঠানটেৰ নাম কি?

➖ ফিফা (fifa) ।

🔴এচিয়ান গেমচ্ত স্বৰ্নপদক লাভ কৰা অৰ্জুন  বঁটা বিজয়ী অসমীয়া খেলুৱৈজনকৰ নাম কি?

ভোগেশ্বৰ বৰুৱা ।

🔴প্ৰথম অৰ্জন বঁটা বিজয়ী  ক্ৰিকেট খেলুৱৈ কোন?

চেলিম দুৰাণীয়ে । 

🔴বিশ্বকাপ ফুটবলৰ প্ৰথমখন ইনড’ৰ মেচ কেতিয়া ক’ত অনুষ্ঠিত হৈছিল?

➖ ১৯৯৪ চনত আমেৰিকাৰ ডেট্ৰ’য়েটৰ পণ্টেক ছিলভাৰড’ম ষ্টেডিয়ামত।

🔴ভাৰতৰ প্ৰথম ফুটবল ক্লাৱ কোনটো?

➖কলকাতাৰ ডেলাহাউছি ক্লাৱ।

🔴 অলিম্পিক ফুটবলত স্থান লাভ কৰা একমাত্ৰ অসমীয়া খেলুৱৈজন কোন?

➖ কনক বৰদলৈ (হেলচিংকি অলিম্পিক ১৯৫১ চন)।

🔴 ভাৰতীয় ফুটবলৰ এছ’চিয়েছনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল?

➖নুৰুল আমিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)