➖ এথেসত, ইং ১৮৯৬ চনত ।
🔴ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সবোচ্চ প্ৰতিষ্ঠানটেৰ নাম কি?
➖ ফিফা (fifa) ।
🔴এচিয়ান গেমচ্ত স্বৰ্নপদক লাভ কৰা অৰ্জুন বঁটা বিজয়ী অসমীয়া খেলুৱৈজনকৰ নাম কি?
➖ভোগেশ্বৰ বৰুৱা ।
🔴প্ৰথম অৰ্জন বঁটা বিজয়ী ক্ৰিকেট খেলুৱৈ কোন?
➖চেলিম দুৰাণীয়ে ।
🔴বিশ্বকাপ ফুটবলৰ প্ৰথমখন ইনড’ৰ মেচ কেতিয়া ক’ত অনুষ্ঠিত হৈছিল?
➖ ১৯৯৪ চনত আমেৰিকাৰ ডেট্ৰ’য়েটৰ পণ্টেক ছিলভাৰড’ম ষ্টেডিয়ামত।
🔴ভাৰতৰ প্ৰথম ফুটবল ক্লাৱ কোনটো?
➖কলকাতাৰ ডেলাহাউছি ক্লাৱ।
🔴 অলিম্পিক ফুটবলত স্থান লাভ কৰা একমাত্ৰ অসমীয়া খেলুৱৈজন কোন?
➖ কনক বৰদলৈ (হেলচিংকি অলিম্পিক ১৯৫১ চন)।
🔴 ভাৰতীয় ফুটবলৰ এছ’চিয়েছনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল?
➖নুৰুল আমিন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ