আজিৰ দিনটোৰ বিশেষত্ব-২৬ এপ্ৰিল

২৬ এপ্ৰিল (ইংৰাজী26 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৬তম (অধিবৰ্ষত ১১৭তম) দিন। বছৰ শেষ হ'বলৈ ২৪৯ দিন বাকী থাকে।

১)১৯২০ চনৰ আজিৰ দিনটোতে শ্ৰীনিবাস ৰামানুজন, ভাৰতীয় গণিতজ্ঞৰ মৃত্যু হৈছিল 

২)আজি বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস ৷

৩)আজি বিশ্ব মেধা সম্পদ দিৱস।

Post a Comment

Previous Post Next Post