২৬ এপ্ৰিল (ইংৰাজী: 26 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৬তম (অধিবৰ্ষত ১১৭তম) দিন। বছৰ শেষ হ'বলৈ ২৪৯ দিন বাকী থাকে।
১)১৯২০ চনৰ আজিৰ দিনটোতে শ্ৰীনিবাস ৰামানুজন, ভাৰতীয় গণিতজ্ঞৰ মৃত্যু হৈছিল
২)আজি বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস ৷
৩)আজি বিশ্ব মেধা সম্পদ দিৱস।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব