কেনেকৈনো লিখিম কবিতা - গীতাশ্ৰী বড়া

0
কল্পনাবোৰো যে আজি ধূলিময় !
চকামকা পোহৰত
নাহে যেন একোৱেই মোৰ আঙুলিৰ পৰশত।

ঘড়ীৰ মাতত মোৰ জীয়া কলিজাৰ ধপধপনি...
চিন্তাত চকুৱে পাহৰি পেলাইছে বহু ৰাতিৰ টোপনি।

নিৰাশ হৈ খহি পৰে আশাবোৰ
আন্ধাৰে আৱৰি ধৰে সপোনবোৰ
এনেকৈয়ে শেষ হৈ যায়
কবিতাৰ অন্তৰালত লিখি ৰখা কাহিনীবোৰ।


কবিৰ পৰিচয়ঃ গীতাশ্ৰী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)