Home গীতাশ্ৰী বড়া কেনেকৈনো লিখিম কবিতা - গীতাশ্ৰী বড়া কেনেকৈনো লিখিম কবিতা - গীতাশ্ৰী বড়া Author - personAdmin April 03, 2022 0 share কল্পনাবোৰো যে আজি ধূলিময় !চকামকা পোহৰতনাহে যেন একোৱেই মোৰ আঙুলিৰ পৰশত।ঘড়ীৰ মাতত মোৰ জীয়া কলিজাৰ ধপধপনি...চিন্তাত চকুৱে পাহৰি পেলাইছে বহু ৰাতিৰ টোপনি।নিৰাশ হৈ খহি পৰে আশাবোৰআন্ধাৰে আৱৰি ধৰে সপোনবোৰএনেকৈয়ে শেষ হৈ যায়কবিতাৰ অন্তৰালত লিখি ৰখা কাহিনীবোৰ।কবিৰ পৰিচয়ঃ গীতাশ্ৰী বড়া Tags কবিতাগীতাশ্ৰী বড়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ