আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ

©Admin
0
👉🏻 নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে (এপ্ৰিল ২০২২ ত)?
উত্তৰ : Suman K Bery (সুমন কে বেৰী) ।

👉🏻 শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা 'উৰ্জা প্ৰবাহ' কোনটো সশস্ত্ৰ বাহিনীৰ জাহাজ (অক্সিলিয়াৰী বাৰ্জ)?
উত্তৰ : Indian Coast Guard (ভাৰতীয় উপকূলৰক্ষী বাহিনী) ।

👉🏻 ৫ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰা প্ৰথম ভেকছিন কোনটো?
উত্তৰ : Corbevax (কৰ্বেভেক্স) ।

👉🏻 'ইণ্ডিয়া আউট' অভিযান কোন খন দেশৰ সৈতে সম্পৰ্কিত?
উত্তৰ : Maldives (মালদ্বীপ) ।

👉🏻 এছ'চিয়েচন অফ ৱৰ্ল্ড ইলেকশন বডীজ (AWEB) কোন খন দেশত অৱস্থিত?
উত্তৰ : South Korea (দক্ষিণ কোৰিয়া) ।

👉🏻 কোনখন ৰাষ্ট্ৰ ইউৰোপীয় ইউনিয়নৰ সৈতে বাণিজ্য আৰু প্ৰযুক্তি পৰিষদ আৰম্ভ কৰা দ্বিতীয় খন ৰাষ্ট্ৰ হৈ পৰিছে?
উত্তৰ : India (ভাৰত) ।

👉🏻 ২০২১ চনত কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ সামৰিক ব্যয়কাৰী আছিল?
উত্তৰ : US (আমেৰিকা যুক্তৰাষ্ট্ৰ) ।

👉🏻 ২০২২ বৰ্ষৰ লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেন বঁটা কোনে লাভ কৰিছিল?
উত্তৰ : Max Verstappen (মেক্স ভাৰ্ষ্টাপেন) ।

👉🏻 ২০২২ বৰ্ষৰ লৰিয়াছ ৱৰ্ল্ড ব্ৰেকথ্ৰু বঁটা কোনে লাভ কৰিছিল?
উত্তৰ : Emma Raducanu (এমা ৰাডুকানু) ।

👉🏻 টি-২০ ক্ৰিকেটত এজন ভাৰতীয় খেলুৱৈৰ দ্বাৰা সৰ্বাধিক শতকৰ ৰোহিত শৰ্মাৰ অভিলেখৰ সমান কোনে কৰিছে?
উত্তৰ : KL Rahul (কে এল ৰাহুল) ।

👉🏻 ভাৰতৰ প্ৰথম 'অমৃত সৰোবৰ' (Amrit Sarovar) কোন খন চহৰৰ গ্ৰাম পঞ্চায়তত সম্পূৰ্ণ হৈছে?
উত্তৰ : Rampur (ৰামপুৰ) ।

👉🏻 ছাৰ্বিয়ান অপেন ২০২২ ত পুৰুষৰ একক প্ৰতিযোগিতা কোনে জিকিছিল?
উত্তৰ : আন্দ্ৰে ৰুবেলভ (Andrey Rublev) ।
 
👉🏻 কোনে এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ ২০২২ ত ভাৰতৰ অকলশৰীয়া সোণৰ পদক জিকিছিল?
উত্তৰ : Ravi Kumar Dahiya (ৰবি কুমাৰ দাহিয়া) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)