আজিৰ দিনটোৰ বিশেষত্ব-২৭ এপ্ৰিল

©Admin
0
২৭ এপ্ৰিল (ইংৰাজী: 27 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৭তম (অধিবৰ্ষত ১১৮তম) দিন। বছৰ শেষ হ'বলৈ ২৪৮ দিন বাকী থাকে।

🔴আজি দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।

🔴আজি বিশ্ব গ্ৰাফিক ডিজাইন দিৱস।

🔴২০১৭ চনৰ আজিৰ দিনটোতে দিলীপ কুমাৰ বৰুৱা মৃত্যু , শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়। ১৯৪৩ চনত তেখেতৰ জন্ম হৈছিল।

🔴২০১৭ চনৰ আজিৰ দিনটোতে বিনোদ খান্নাৰ মৃত্যু , ভাৰতীয় অভিনেতা।

🔴১৯০৮ চনত লণ্ডনত চতুৰ্থ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।

🔴১৫২৬ চনত ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা।

🔴১৭৯১ চনত টেলিগ্ৰাফৰ আৱিস্কাৰক চেমুৱেল এফ ব্ৰীজ মৰ্চৰ জন্ম।

🔴১৮৯৬ চনত নেওপিন আৰু নাইলনৰ আৱিস্কাৰক ৱালছ কেৰ'থআৰ্ছৰ জন্ম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)