২১ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

২১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১ তম দিন।বছৰ শেষ হ'বলৈ২৫৪ দিন  বাকী থাকে।
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৫২ চনত লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।

২/ আজিৰ দিনটোতে ২০২১ চনত অসমীয়া সংগীত শিল্পী ভিতালী দাসৰ মৃত্যু হয়।

৩/ আজি সতী সাধনী দিৱস।

সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post