এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৫২ চনত লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।
২/ আজিৰ দিনটোতে ২০২১ চনত অসমীয়া সংগীত শিল্পী ভিতালী দাসৰ মৃত্যু হয়।
৩/ আজি সতী সাধনী দিৱস।
সংগ্ৰাহক- দিপশিখা ৰাজকোঁৱৰ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব