আজিৰ দিনটোৰ বিশেষত্ব - ২০ এপ্ৰিল

©Admin
0
২০ এপ্ৰিল (ইংৰাজী: 20 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১০তম (অধিবৰ্ষত ১১১তম) দিন। বছৰ শেষ হ'বলৈ ২৫৫ দিন বাকী থাকে। আজিৰ দিনটোৰ বিশেষত্বসমূহ এনেধৰণৰ-

১/১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে।

২/১৮৮৯ চনত জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ জন্ম

৩/১৯১৪ চনত জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক গোপীনাথ মহান্তিৰ জন্ম। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)

৪/১৯২৭ চনত ন'বেল বঁটা বিজয়ী পদাৰ্থবিদ কে এলেক্স মূলাৰৰ জন্ম।

৫/১৯৭২ চনত ভাৰতীয় অভিনেত্ৰী মমতা কুলকাৰ্ণীৰ জন্ম।

৬/১৮৬২ চনত প্ৰথম পেষ্ট'ৰাইজেচনৰ সম্পূৰ্ণ পৰীক্ষণ লুই পেষ্টৰৰ।

৭/১৯০২ চনত কুৰি বিজ্ঞানীৰ ৰেডিয়াম ক্লৰাইডৰ পৰা তেজষ্কিয়তা পৃথকীকৰণ।






Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)