আমি কোছ ৰাজবংশীৰ ভাই-চিন্ময় ডেকা

0
হে জনগন
আমিতো.......
কোছ ৰাজবংশীৰ ভাই
সবাইকে জনাইলুং আমাৰ প্ৰণাম।
দেশ যায় জাতি যায়
তথাপি কমতাপুৰীৰ বংশ বুলি
গৌৰৱে.......
কৰেয়া
সহস্ৰ জাতিকে প্ৰণাম 
আমাৰ বীৰ চিলাৰায়।
কৃষক মাটিৰ
সন্মলিত সপোনেৰ দেশবাসীৰ কাছে
অস্তিত্ব আছে'ই,
নাপাহৰো তাহাক 
বাছিয়া ৰাখছে জাতি নাম........
সবাইকে আমাৰ প্ৰণাম।
গৌৰৱেৰ ইতিহাস
সংগ্ৰামেৰ ভাতৃত্ববোধেৰ এই জীৱন।
আমাৰ সংগে
ৰাখিম দেশৰ নাম.......
কৰিম কোছ ৰাজবংশীৰ কমতাপুৰীৰ জয় গান।

কবি:- চিন্ময় ডেকা, টংলা ওদালগুৰি
দূৰভাষ:- ৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)