মা-দেউতাৰ পৰিশ্ৰম !!
সমস্যা জীৱনত যিমানে আহে,
মা-দেউতাই হাঁহি হাঁহি সমাধান কৰে ৷
শক্তিশালী হʼব শিকাইছে দেউতাই,
ব্যৱহাৰ শিকাইছে জননীয়ে।
সপোন মই বহুতে দেখোঁ,,
কিন্তু মা-দেউতাৰ অবিহনে অসম্পূর্ণ সকলো ।
সকলো আঁতৰি যাব এদিন,
মা-দেউতাই থাকিব কাষত চিৰদিন ।
মা-দেউতাক বৃদ্ধাশ্ৰমত পঠোৱাৰ আগত,
এবাৰ ভাবি চাইছিলোঁ মই।
তেওঁলোকৰ অৱদান নাথাকিলে জীৱনত,
মোৰ ঠিকনা থাকিল হৈ আজি ,
অনাথ আশ্ৰমত।
নাম: আজাদুল আলী আছলাম
জিলা: বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ