বৃদ্ধাশ্ৰম- আজাদুল আলী আছলাম

Rinku Rajowar
0
অবর্ণনীয় মা-দেউতাৰ মৰম,
মা-দেউতাৰ পৰিশ্ৰম !!
সমস্যা জীৱনত যিমানে আহে, 
মা-দেউতাই হাঁহি হাঁহি সমাধান কৰে ৷

শক্তিশালী হʼব শিকাইছে দেউতাই,
ব্যৱহাৰ শিকাইছে জননীয়ে।

সপোন মই বহুতে দেখোঁ,, 
কিন্তু মা-দেউতাৰ অবিহনে অসম্পূর্ণ সকলো ।
সকলো আঁতৰি যাব এদিন,
মা-দেউতাই থাকিব কাষত চিৰদিন ।

মা-দেউতাক বৃদ্ধাশ্ৰমত পঠোৱাৰ আগত,
এবাৰ ভাবি চাইছিলোঁ মই।
তেওঁলোকৰ অৱদান নাথাকিলে জীৱনত,
মোৰ ঠিকনা থাকিল হৈ আজি ,
           অনাথ আশ্ৰমত।

    
নাম: আজাদুল আলী আছলাম
জিলা: বৰপেটা
গাঁও: পদ্মপাৰা(চেঙা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)