বিষাক্ত প্ৰেমৰ শিকলি-চেলিম আলী

নিজৰ বুলি তোমাৰ কাষলৈ গৈছিলো।
অকণ মৰম বিছাৰি।
দুদিনৰ সহাঁৰি দি আকৌ,
চিঙিদিলা বিষাক্ত প্ৰেমৰ শিকলি।
মোৰ কথা এবাৰো নাভাবি ।
য'তে থাকা যাৰ লগত থাকা,
সুখত থাকা।
তাৰে কামণা কৰো সদায় ৰাতি।
কলিজা খন আতি আতি বান্ধিছিলো প্ৰেমৰ শিকলি।
ভবাই নাছিলোঁ বেছি টানকৈ বান্ধিলে ছিঙি যাব বুলি।
সেয়াই চাগে মোৰ ভুল।।।

চেলিম আলী

Post a Comment

Previous Post Next Post