বিষাক্ত প্ৰেমৰ শিকলি-চেলিম আলী

©Admin
0
নিজৰ বুলি তোমাৰ কাষলৈ গৈছিলো।
অকণ মৰম বিছাৰি।
দুদিনৰ সহাঁৰি দি আকৌ,
চিঙিদিলা বিষাক্ত প্ৰেমৰ শিকলি।
মোৰ কথা এবাৰো নাভাবি ।
য'তে থাকা যাৰ লগত থাকা,
সুখত থাকা।
তাৰে কামণা কৰো সদায় ৰাতি।
কলিজা খন আতি আতি বান্ধিছিলো প্ৰেমৰ শিকলি।
ভবাই নাছিলোঁ বেছি টানকৈ বান্ধিলে ছিঙি যাব বুলি।
সেয়াই চাগে মোৰ ভুল।।।

চেলিম আলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)