অপেক্ষা-মিনাক্ষী দত্ত

বাট চাই ৰ'ম তুমি অহা বাটলৈ,
যি বাটেৰে মই যাব খোজো
তোমাৰ সতে ।
যাব খোজো এক অজান মূলুকলৈ ,
হিমালয়ৰ শিখৰলৈ ।
চাব খোজো শিখৰৰ পৰা সমান-অসমান,
ওখ-চাপৰৰ ভেদাভেদবোৰ ।
অনুভৱ কৰিব খোজো
নোপোৱাৰ বেদনাবোৰ আৰু
পাই হেৰুৱাৰ যন্ত্ৰনাবোৰ ।।

মিনাক্ষী দত্ত

Post a Comment

Previous Post Next Post