অপেক্ষা-মিনাক্ষী দত্ত

©Admin
0
বাট চাই ৰ'ম তুমি অহা বাটলৈ,
যি বাটেৰে মই যাব খোজো
তোমাৰ সতে ।
যাব খোজো এক অজান মূলুকলৈ ,
হিমালয়ৰ শিখৰলৈ ।
চাব খোজো শিখৰৰ পৰা সমান-অসমান,
ওখ-চাপৰৰ ভেদাভেদবোৰ ।
অনুভৱ কৰিব খোজো
নোপোৱাৰ বেদনাবোৰ আৰু
পাই হেৰুৱাৰ যন্ত্ৰনাবোৰ ।।

মিনাক্ষী দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)