দুখৰো হেনো
ৰং থাকে
সুখৰ দৰে।
আধা অঁকা
কেনভাচত
ৰঙবোৰ মিলাব
গৈ
বেসুৰা হৈ গৈছে।
তথাপিও তাৰো যে
মোহ আছে।।
জীৱনে কান্ধত হাত থৈ
কয়
এইটো পথৰে
নাযাবা
কাৰণ
তাত
হদয়বোৰ
ভাঙা হয়
বিশ্বাসঘাটকৰ দ্বাৰা।
মই জীৱনৰ কান্ধত হাতথৈ
কওঁ
এনেকুৱা কাঁইটীয়া পথেৰে
যাত্ৰাই
দিবমোক
সুখৰ নিবাস!