Homeকবিতা এখিলা উকা কাগজ - শিৱানী বৰুৱা May 07, 2022 0 এখিলা উকা কাগজ আৰু....দুটোপাল চিয়াঁহীএতিয়া মাথো মোৰ জীৱনৰ সংগী।নাই কোনো আশা...!নাই কাৰো ওপৰত ভৰসা.. !কাৰণ....মায়াৱী জীৱন সংগ্ৰামৰ যাত্ৰী মই অকলশৰীয়া... ◾শিৱানী বৰুৱা Tags: কবিতা শিৱানী বৰুৱা