এখিলা উকা কাগজ - শিৱানী বৰুৱা

এখিলা উকা কাগজ 
আৰু....
দুটোপাল চিয়াঁহী
এতিয়া মাথো মোৰ জীৱনৰ সংগী।
নাই কোনো আশা...!
নাই কাৰো ওপৰত ভৰসা.. !
কাৰণ....
মায়াৱী জীৱন সংগ্ৰামৰ  যাত্ৰী মই অকলশৰীয়া...  


                      ◾শিৱানী বৰুৱা

Post a Comment

Previous Post Next Post