অসমীয়া সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উ÷ভোগেশ্বৰ বৰুৱা ।

২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উ÷৫ ম ।

৩) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷অঘৰী আত্মাৰ কাহিনী ।

৪) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ÷ৰুদ্ৰ বৰুৱা ।

৫)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷জয়ন্ত মাধৱ বৰা ।

৬) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উ÷বীৰ পাল ।

৭) কিমান চনত Assam Association গঠন হৈছিল?
উ÷১৯০৩ চনত ।

৮) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।


৯)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।

১০) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উ÷বৰাইল পৰ্বত ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)