আজিৰ দিনটোৰ বিশেষত্ব-১০ মে'

©Admin
0

১০ মে' (ইংৰাজী10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী আছে

১)১৯০১চনৰ এই দিনটোত  বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।

২)১৯৮১চনৰ এই দিনটোত মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।

৩)১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।

৪)১৯২৭ চনৰ আজিৰ দিনটোতে নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকাৰ জন্ম হৈছিল

 ৫)১৯৭৭ চনৰ আজিৰ দিনটোতে গিৰিধৰ শৰ্মাৰ মৃত্যু  হৈছিল 

৬)১৯৯৮চনৰ আজিৰ দিনটোতে কাঞ্চন বৰুৱাৰ মৃত্যু হৈছিল 

৭)২০০২ চনৰ আজিৰ দিনটোত কাইফি আজমীৰ মৃত্যু হৈছিল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)